25.8 C
Assam
Wednesday, September 28, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

নগাঁও বাঙালী সন্মিলনীৰ সংবাদমেল

Top Newsনগাঁও বাঙালী সন্মিলনীৰ সংবাদমেল

? ধলা কাণ্ডৰ দোষীক চৰকাৰে কঠোৰ শাস্তি প্ৰদান কৰক আৰু CBI তদন্ত হব লাগে৷
? আমি সংঘাট নিবিচাৰো শান্তি বিছাৰো, সেয়ে সকলোৱে সংযম ৰক্ষা কৰি চলাৰ আহ্বান৷
? সংবাদ মাধ্যমৰ Talk show য়ে যাতে সাধাৰণ মানুহৰ ওপৰত বিৰুপ প্ৰভাব পেলাব নোৱাৰে সাবধানতা অৱলম্বন কৰিব লাগে৷
? 1971 ৰ পাচত অহা কোনো লোককেই আমি গ্ৰহণ নকৰো৷ আমি অসমত থাকি ইয়াৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিছো৷
? বন্ধই সমস্যা সমাধান নকৰে৷ কোনো বাঙালী সংগঠনৰ অসম বন্ধ সম্পৰ্কে আমি পোনপটীয়াকৈ জ্ঞাত নহয়৷আজি কালি সৰু সুৰা সংগঠনে দিলেও বন্ধ হয় দোকান পোহাৰ৷
এই মন্তব্য নগাঁও বাঙালী সন্মিলনীৰ বিষয়ববীয়া জীৱন বনিকৰ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: