21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

Top Newsনগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।

নগাঁৱত আৰক্ষীৰ উচ্চস্তৰীয় বৈঠকত বৈঠকত উপস্থিত আছিল নগাঁও,মৰিগাঁও আৰু হোজাই জিলাৰ আৰক্ষী অধীক্ষকো।সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত পৰ্যালোচনা বৈঠকত।কাশ্মীৰৰ দৰে যাতে পৰিস্থিতি অসমত উদ্ভৱ নহয় তাৰ বাবে সতৰ্ক হবলৈ আহ্বান তিনিও জিলাৰ আৰক্ষী অধীক্ষকক।নগাঁৱত জব্দ হৈছে বহু অবৈধ অস্ত্ৰ শস্ত্ৰ লগতে আটক হৈছে বহু কেইটা গঁড় চিকাৰীও সদৰী কৰিলে আৰক্ষী সঞ্চালক প্ৰধানে।অংশ ললে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই।#assampolice

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!