28.2 C
Assam
Saturday, May 21, 2022

Featured News

হাতীগাঁৱত ভুৱা কল চেণ্টাৰ উৎখাত – ১৫ জনক আটক

বুধবাৰে নিশা হাতীগাঁও অঞ্চলত এটা ভুৱা আন্তঃৰাষ্ট্ৰীয়...

Arunachal Pradesh: Landslides in Itanagar

Incessant rainfall has wreaked havoc in Arunachal...

নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷

Top Newsনগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷

👉নগাঁৱত জাপানীজ এনকেফেলাইটিছত মহিলাৰ মৃত্যু ৷
👉 পুৰণিগুদাম হাতীগাঁৱৰ ননী দেৱী নামৰ মহিলা গৰাকীৰ মৃত্যু ৷
👉 নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মহিলাগৰাকীৰ ৷
👉দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী ।
👉এই ৰোগত নগাঁও জিলাত এতিয়ালৈকে ৪০ জনৰো অধিক লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৫ জনকৈ লোকৰ ।

Adil Shah Alam report, Guwahati Times.

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: