নগাঁৱত বিজয় উল্লাস ব্যৱসায়ী সন্হাৰ আৰু অখিল ভাৰতীয় বিদ‌্যথী পৰিষদে

নগাঁৱত বিজয় উল্লাস ব্যৱসায়ী সন্হাৰ আৰু অখিল ভাৰতীয় বিদ‌্যথী পৰিষদে

ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি যোগ্য প্ৰত্যুত্তৰ দিয়াৰ নগাঁৱতো বিজয় উল্লাস প্ৰদৰ্শন কৰে ব্যৱসায়ী সন্হাই । নগাঁৱৰ হয়বৰগাঁৱৰ ব্যৱসায়ী সন্হাই আতচবাজী ফুটাই ভাৰতীয় প্ৰতিৰক্ষা বিভাগ তথা বায়ু সেনা বাহিনীক এই প্ৰত্যুত্তৰৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইফালে এই বিজয়ৰ বাবে মিঠাইও বিতৰণ কৰে ব্যৱসায়ীসকলে ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam