25.8 C
Assam
Wednesday, August 17, 2022

Featured News

Mental Health Awareness Initiative Art After Dark 6.0 Held In Guwahati

Storyweavers organised the sixth edition of Art...

Pramod Boro Flags Off CEM’s Super 50 For UPSC Coaching To Delhi

An orientation programme for selected aspirants of...

CF Moto launches first sports bike showroom at Guwahati

Guwahati: CF Moto a premium sports bike...

নগাঁৱত মঞ্জৰীৰ উদ্যোগত চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী ।

Top Newsনগাঁৱত মঞ্জৰীৰ উদ্যোগত চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী ।

নগাঁৱত মঞ্জৰীৰ উদ্যোগত চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী ।

নগাঁৱত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে এখনি চিত্ৰ-ভাষ্কৰ্যৰ প্ৰদৰ্শনী । মঞ্জৰী নামৰ অনুষ্ঠানটিৰ উদ্যোগত নগাঁও চহৰৰ চলাচল ৰেষ্টুৰেন্টত অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীখনি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই । বিশিষ্ট শিল্পী হেলা দাস , পৰিণীতা বুজৰবৰুৱা আৰু দিপালী মহন্ত কায়েলৰ চিত্ৰ-ভাষ্কৰ্য প্ৰদৰ্শিত হোৱা এই প্ৰদৰ্শনীখনত অসমৰ ভিন্ন প্ৰান্তৰ কলানুৰাগী সকলৰ সমাবেশ দেখিবলৈ পোৱা গৈছে । আগন্তুক ৭ এপ্ৰিলত এই প্ৰদৰ্শনীখনৰ সামৰণি পৰিব ।

Adil Shah Alam report, Nagaon.

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: