নতুন ইউনিফৰ্ম পিন্ধাৰ সপোন পূৰণ নহ’ল জোনমণি ৰাভাৰ, দৰ্জীৰ দোকানতে পৰি ৰ’ল ইউনিফৰ্ম

নতুন ইউনিফৰ্ম পিন্ধাৰ সপোন পূৰণ নহ’ল জোনমণি ৰাভাৰ, দৰ্জীৰ দোকানতে পৰি ৰ’ল ইউনিফৰ্ম

নতুন ইউনিফৰ্ম পিন্ধাৰ সপোন পূৰ্ণ নহ’ল SI জোনমণি ৰাভাৰ। যোৱা ৩ মে’ত নগাঁও ঢাকাইপট্টিৰ এল বি টেইলৰত নতুনকৈ ইউনিফৰ্ম চিলাবলৈ দিছিল জোনমণি ৰাভাই আৰু ১৩ মে’ত নতুন ইউনিফৰ্মজোৰ নিয়াৰ কথা আছিল জোনমণিয়ে ৷

কিন্তু ১৫ মে’ত ৰহস্যজনক দুৰ্ঘটনাত জোনমণিৰ অকাল মৃত্যু ঘটাত এতিয়া নতুনকৈ চিলোৱা ইউনিফৰ্মযোৰ পৰি ৰ‘ল দৰ্জীৰ দোকানখনতে।

GTM Desk

Related