28 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

নাজিৰাত দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতাৰ আয়োজন।

Assamese Newsনাজিৰাত দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতাৰ আয়োজন।

প্ৰয়াত নেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুতিথিৰ লগত সংগতি অসম ৰাজ্যিক NSUIৰ উদ্যোগত আৰু নাজিৰা সমষ্টি NSUIৰ সহযোগত অহা ২২এপ্ৰিল শনিবাৰে প্ৰতিবছৰৰ দৰে এইবাৰো নাজিৰাত অনুস্থিত কৰিবলৈ লোৱা হৈছে দ্বিতীয়বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা।

এই দ্বিতীয়বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতাৰ সদনৰ মতে বিষয় হ’ল “ভাৰতীয় প্ৰেক্ষাপটত এক সুস্থ গণতন্ত্ৰ ব্যৱস্থা বিৰোধী দলৰ অবিহনে সম্ভৱ নহয়”।

এই দ্বিতীয়বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা সদৌ অসম ভিত্তি অনুস্থিত হ’ব।অৰ্থাৎ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰিব।

নাজিৰাৰ এম.চি.ক্লাৱত অনুস্থিত হ’ব এই দ্বিতীয় বাৰ্ষিক যুক্তিনিনাদ তৰ্ক প্ৰতিযোগিতা।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!