নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড

1 min read

বিগ ব্ৰেকিং নিউজ
# গুৱাহাটী টাইমচ #

দাস পান চপত চৰ্ট চাৰ্কিটৰ ফলত নিশা মহানগৰীৰ বশিষ্ঠ চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ফলত জাহ যায় চাৰি লক্ষাধিক টকাৰ সা-সম্পত্তি। লগে লগে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ

You May Also Like

More From Author