এটা মোবাইলৰ বাবে এটা হত্যাকাণ্ড।

1 min read

বিগ ব্ৰেকিং নিউজ

এটা মোবাইলৰ বাবে এটা হত্যাকাণ্ড।

নৃশংস হত্যাকাণ্ডটো সংঘটিত হয়
লামডিংৰ আনন্দপালিত অঞ্চলত।

এটা মোবাইলক লৈ পতি-পত্নীৰ মাজত কাজিয়া হৈছিল আৰু তাৰ পিছতে পত্নীক হত্যা কৰিলে স্বামীয়ে।

হত্যাকাৰী স্বামীজনৰ নাম ৰাজু পাল আৰু দুৰ্ভগীয়া পত্নী গৰাকীৰ নাম পিয়লি পাল।

You May Also Like

More From Author