পতি-পত্নীৰ মাজত কাজিয়া লাগেই

কিন্তু ল’ৰা-ছোৱালীয়ে পঢ়ি থকাৰ সময়ত আপোনালোকে কাজিয়া নকৰিব

মোৰ ঘৰতো পত্নীৰ সৈতে কাজিয়া লাগে কিন্তু মই কওঁ যে ল’ৰা-ছোৱালীকেইটা শুই লওক