33.3 C
Assam
Saturday, May 28, 2022

Featured News

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

BTC EM Wilson Hasda meets Comedy King Johny Lever; shares experience

Bodoland Territorial Coumcil(BTC) Executive Member(EM) Wilson Hasda...

প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসমৰ শিক্ষা বিভাগ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘প্ৰতিবন্ধী হোৱাৰ বাবে উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী? তেওঁলোক শিক্ষাবিভাগৰ বাবে আৱৰ্জনা নেকি?’

Top Newsপ্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসমৰ শিক্ষা বিভাগ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক...

প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসমৰ শিক্ষা বিভাগ এই অভিযোগ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি সংস্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘প্ৰতিবন্ধী হোৱাৰ বাবে উচ্চ শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নেকি দৃষ্টিহীন ছাত্ৰ-ছাত্ৰী? তেওঁলোক শিক্ষাবিভাগৰ বাবে আৱৰ্জনা নেকি?’

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: