17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

পৰীক্ষা কেন্দ্ৰত কন্যাক প্ৰশ্নোত্তৰ লিখি দিয়া শিক্ষকক গ্ৰেপ্তাৰ৷

Assamese Newsপৰীক্ষা কেন্দ্ৰত কন্যাক প্ৰশ্নোত্তৰ লিখি দিয়া শিক্ষকক গ্ৰেপ্তাৰ৷
  • পৰীক্ষা কেন্দ্ৰত কন্যাক প্ৰশ্নোত্তৰ লিখি দিয়া শিক্ষকক গ্ৰেপ্তাৰ৷
  • সোধা-পোছাৰ অন্তত গ্ৰেপ্তাৰ শিক্ষক আনোৱাৰুল হক।
  • বাশকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিক্ষকজনক ৷
  • নেনা মিয়া বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছিল আজৱ কাণ্ড৷ SICK ৰুমত পৰীক্ষাত বহা কন্যাক উত্তৰ লিখি দিছিল শিক্ষকজনে৷ ঐচ্ছিক ভাষাৰ পৰীক্ষাৰ দিনাই সংঘটিত হৈছিল এই ঘটনা৷
  • কেমেৰাত বন্দী হৈছিল শিক্ষক পিতৃৰ কাণ্ড৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!