24.4 C
Assam
Wednesday, September 28, 2022

Featured News

বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা

Assamese Newsবিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত কোৰোনা
  • বিগত ২৪ঘন্টাত দেশত ২০,০২১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ সংক্ৰমণ।
  • ইফালে এইসময়চোৱাত ২১,১৩১গৰাকী ৰোগী সুস্থ হোৱাৰ বিপৰীতে ২৭৯গৰাকী ৰোগীৰ মৃত্যু হৈছে।
  • সমগ্ৰ দেশত বৰ্তমানলৈ ১,০২, ০৭, ৮৭১গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছিল।
  • এই সময়চোৱাত ১লাখ ৪৭হাজাৰ ৯০১গৰাকী লোকৰ মৃত্যু হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: