বৰপেটাৰ বাঘমাৰাচৰত শোকাৱহ ঘটনা, জলজলী নৈৰ সুঁতিত পৰি মৃত্যু এটি শিশুৰ
বৰপেটাৰ বাঘমাৰাচৰত শোকাৱহ ঘটনা।
জলজলী নৈৰ সুঁতিত পৰি মৃত্যু এটি শিশুৰ।
মৃত শিশুটি আফুজা বেগম। বর্তমানেও সন্ধানহীন শ্বামিনা আখতাৰ নামৰ আন এটি শিশু।
গৰু আনিবলৈ পথাৰলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা।
ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ