34 C
Assam
Monday, May 29, 2023

Featured News

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ভগৱান শিৱৰ সাধনা কৰিলে সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়

Assamese Newsভগৱান শিৱৰ সাধনা কৰিলে সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়

ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies)

*ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়।

*ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।

*কোৱা হয় যে-ভগৱান শিৱ মৃত্যুঞ্জয়ী হয়।এনেতে-ভগৱান শিৱৰ পূজাৰ দ্বাৰা-কেতিয়াও মৃত্যুলৈ ভয় নাথাকে।মনা হয় যে-মহাদেৱৰ পূজা কৰা সকলৰ কেতিয়াও অকাল মৃত্যু নহয়।

*ভগৱান শিৱৰ পূজাৰ দ্বাৰা-গৃহস্থ জীৱনত অনুকুলতা আহে।আৰু গৃহস্থৰ জীৱন সদায়ে সুখময় হয়।গ্ৰহৰ সমস্যা আৰু গ্ৰহৰ শান্তিৰ বাবে-ভগৱান শিৱৰ পূজা কৰিব লাগে।

*ভগৱান শিৱক কুবেৰৰ অধিপতি মনা হয়।সেইবাবে-মহাদেৱৰ পূজা কৰিলে-আৰ্থিক সমস্যাৰ পৰাও মুক্তি পোৱা যায়।শিৱৰ সাধক সকলৰ-কেতিয়াও আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া নহয়।( Religious Studies)

*যি লোকক দুৰ্ভাগ্যই আৱৰি ৰাখিছে-আৰু বহু ধৰণৰ সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে,সেইসকলে সুখ আৰু সৌভাগ্যৰ প্ৰাপ্তিৰ বাবে-মহাদেৱৰ আৰাধনা কৰিব লাগে।

*কোৱা হয় যে-মহাদেৱৰ ভক্তি শক্ৰ নাশৰ বাবেও উত্তম মনা হয়।যদি কাৰোবাৰ প্ৰতিটো সময়তে কোনো জ্ঞাত-অজ্ঞাতৰ শক্ৰৰ দ্বাৰা বিপদৰ শংকা থাকে-তেন্তে নিয়মিত ভাৱে ভগৱান শিৱৰ আৰাধনা কৰিব লাগে।

*মহাদেৱৰ আৰাধনা কৰিলে-মনোবাঞ্ছিত জীৱনসংগীও পোৱা যায়।

*সন্তান সুখৰ বাবেও-ভগৱান শিৱৰ সাধনা বৰদান স্বৰূপ হয়।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!