ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

কাইলৈ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু আৰু আজি বিহুৰ উৰুকা। এনে এক পবিত্ৰ ক্ষণত অসমবাসীলৈ ছ’চিয়েল মিডিয়াযোগে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ছ’চিয়েল মিডিয়াযোগে অসমীয়া ভাষাতে অসমবাসীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা অসমীয়ালৈ ভোগালীৰ শুভেচ্ছা জনালে ৰাষ্ট্ৰপতিগৰাকীয়ে। ভোগালীয়ে সকলোৰে জীৱনলৈ সৌভাগ্য আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক বুলি টুইটাৰত উল্লেখ ৰাষ্ট্ৰপতি কোবিন্দৰ।

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam