fbpx
October 21, 2021

মঙলদৈৰ বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰন গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

মঙলদৈৰ বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰন গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ

মঙলদৈ ১৯ জুলাই ঃ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতি ৰ উদ্যোগত মঙলদৈ ৰাধিকা এক্সে এন্ড ইমেজিং চেন্টাৰৰ পৃষ্টপোষকতাত আজি বানাক্ৰান্ত ৰাইজৰ মাজত খোৱাপানী বটল,ব্রেড,বিস্কুট ইত্যাদি বিতৰন কৰে |প্রায় এহাজাৰ লোকক এই সাহাৰ্য আগবঢ়ায় সংগঠনটোৱে |পৰিষদৰ জিলা সমিতিৰ কাৰ্যকৰি সভাপতি মকছেদ আলি ,জিলা সাধাৰন সম্পাদক মইনুল হক শইকীয়া,সম্পাদক চাহাবুদ্দিন আহমেদ,মহিবুল হক ,মঙলদৈ নগৰ সমিতিৰ সম্পাদক কমৰুল হামিদ,সহঃসম্পাদক মিৰ চাহিল ইৰফান আৰু সদস্য চৰিফুল হকৰ নেতৃত্বত যোৱা সজাতী দলটোৱে মঙলদৈ টাউন,নগৰবাহী কানাইচুবা,মোল্লাপাৰা,হাউলীমোহন পুৰ ,২নম্বৰ বেজপাৰা আদি ঠাইত এই সাহাৰ্য আগবঢ়ায় |মঙলদৈ চহৰত আজি বিয়লি এই কাৰ্যসূচী শুভৰাম্ভনী কৰে পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞা আৰু বিশিষ্ট চিকিতসক ডাঃ অৰবিন্দ ডেকাই |

error: Content is protected !!
%d bloggers like this: