মুকলি আকাশৰ তলত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

মুকলি আকাশৰ তলত অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুলৈ সাময়িক সকাহ অন্ধপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ। ৪ সপ্তাহৰ বাবে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে চন্দ্ৰবাবু নাইডুৰ অন্তৱৰ্তীকালীন জামিন। ৫৩ দিন পিছত ৰাজামহেন্দ্ৰবৰম কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল Telugu Desam Partyৰ মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু। চকুৰ অস্ত্ৰোপচাৰৰ বাবে ১ লাখ টকাৰ বণ্ড আৰু আন দুই চৰ্তত ৪ সপ্তাহৰ বাবে নাইডুৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে আদালতে।

Shahnawaz Hamza