34 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

সুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কৰক এই বিশেষ উপায়…

Assamese Newsসুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ কৰক এই বিশেষ উপায়...

আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ-বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ ব্যৱস্থা! ( Religious Studies )

আজি বুধবাৰ।আজি গ্ৰহৰ ৰাজকুমাৰ বুধ আৰু প্ৰথম উপাশক গণেশৰ নামত উচৰ্গা কৰা হৈছে।বুধবাৰে ভগৱান শ্ৰী গণেশক পূজা কৰি আৰ্শীবাদ লাভ কৰে।ভক্তসকলৰ সুখ-সৌভাগ্য, ধন-সম্পত্তি বৃদ্ধি হয়।যদি কোনো ব্যক্তিৰ ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হয়,তেন্তে ভগৱান শ্ৰী গণেশক পূজা কৰি বুধ গ্ৰহ শক্তিশালী কৰাৰ লগতে ব্যৱসায়ত অগ্ৰগতি লাভ কৰে আৰু তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ পৰে।

বুধবাৰে কৰিব লাগে-এইসমূহ  কাম-

১/যদি আপুনি ব্যৱসায়ত অগ্ৰগতি লাভ কৰা নাই,তেন্তে বুধবাৰে এটা পাত্ৰত বগা সুগন্ধি ফুলৰ গছ ৰোপণ কৰি অফিচৰ পূৱ দিশত ৰাখক।এই প্ৰতিকাৰে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ উপৰিও বহু দূৰলৈ খ্যাতি বিয়পি পৰে।

২/যদি আপোনাৰ ঘৰত সদায়ে আৰ্থিক সংকট দেখা দিয়ে-তেন্তে ইয়াৰ বাবে ৰূপালী আঙুঠি এটা বনাই সোঁ-হাতৰ আঙুলিত পিন্ধিব লাগে।এনে কৰিলে অধিক ব্যয় হোৱাৰ বিপৰীত আয় বৃদ্ধি হব।

৩/যদি আপুনি বিচাৰে যে-আপোনাৰ ঘৰত স্থায়ী সুখ আৰু সমৃদ্ধি অটুট থাকিব লাগে-তেন্তে ঘৰত শংখ স্থাপন কৰি প্ৰতিদিনে পূজাৰ সময়ত ব্যৱহাৰ কৰক।এনে কৰিলে আপোনাৰ ঘৰত সদায়ে সুখ-সমৃদ্ধি বৰ্তি থাকিব।

৪/যদি আপুনি কোনো মানসিক সমস্যাৰে যুঁজি আছে আৰু কোনো সমাধানৰ সূত্ৰ পোৱা নাই,তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বুধবাৰে আপোনাৰ শোৱা কোঠাত মাটিৰ চাকিত দুটা কৰ্পূৰ জ্বলাই গোঞেই কোঠাটোত তাৰে তাপ দিয়ক।আৰু কোঠাৰ এটা চুকত চাকিগছ ৰাখিব লাগে।ইয়াৰ দ্ধাৰা মানসিক সমস্যা লাহে লাহে হ্ৰাস পাব।

Disclaimer: ইয়াত দিয়া তথ্যসমূহ কেৱল মান্যতা আৰু তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!