দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ ৰাখী বন্ধনৰ বিশেষ উপহাৰ।

হ্ৰাস পালে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম।

২০০ টকা হ্ৰাসৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটত।

সংবাদমেলত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ।