14.9 C
Assam
Wednesday, December 7, 2022

Featured News

১৮৯৪ চনৰ পথৰুঘাটৰ কৃষক বিদ্যোহত শ্বহীদ হোৱা ২৪০ গৰাকি হিন্দু মুছলমান হোজা কৃষকৰ সমাধি ক্ষেত্ৰ এতিয়া বানৰ কৱলত

Top News১৮৯৪ চনৰ পথৰুঘাটৰ কৃষক বিদ্যোহত শ্বহীদ হোৱা ২৪০ গৰাকি হিন্দু মুছলমান হোজা কৃষকৰ সমাধি ক্ষেত্ৰ এতিয়া বানৰ কৱলত

নিচিন্হ হোৱাৰ পথতএতিয়া গনকৱৰৰ স্হান চৰকাৰৰ বিভাগীয় অভিযন্ত্ৰাৰ ভূল সিদ্ধান্তৰ বাবেই গনকৱৰটো এতিয়া নিচিন্হ হোৱা বুলি উঠিছে গুৰুতৰ অভিযোগ।বৃট্ৰিছ বগা বঙালৰ মাটিৰ খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰি শ্বহীদ হোৱা এই বীৰ শ্বহীদ সকলক একেলগে কৱৰস্হ কৰা গন কবৰৰ মাজেৰে বোৱাইনিয়া হ’ল পানী পৰিবাহি কেনেল ।যাৰ বাবেই পানীৰ সোতে গোতেই কবৰটোৱেই খহাই নিচিন্হ কৰি পেলালে । কাৰ ভূল সিদ্ধান্তৰ বাবে নিচিন্হ হবলৈ পালে সমাধি ক্ষেত্ৰ । ৰাইজে বিচাৰিছে তদন্ত ।

কণ আলি হাজৰিকাৰ ৰিপ’ৰ্ট
গুৱাহাটী টাইম

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: