38.8 C
Assam
Monday, June 5, 2023

Featured News

নগাঁও-মৰিগাঁও পথৰ বৰভগীয়াত “অগৌৰা ৰিজ’ৰ্ট” মুকলি

নিউজ ব্যুৰ',নগাঁও,১জুন:-নগাঁও-মৰিগাঁও সংযোগী গড়কাপ্টানী পথৰ বৰভগীয়াত মুকলি...

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা দুখন বাছৰ মাজত সংঘৰ্ষ 27...

টীয়কত আছুৰ অনশন কাৰ্যসূচী l

  টীয়কৰ প্ৰতিবেদক ৩১ মে/২৩ সমগ্ৰ অসমৰ লগতে টীয়কতো...

ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ বস্ত্ৰ তথা খাদ্য সামগ্ৰী বিতৰণ

Assamese Newsৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ বস্ত্ৰ তথা খাদ্য সামগ্ৰী বিতৰণ

প্ৰতি বছৰৰ দৰে এইবাৰো নিয়মীয়াভাৱে ৰমজান মাহ উপলক্ষে স্বজল ফাউণ্ডেচনৰ উদ্যোগত খাদ্য তথা বস্ত্ৰ বিতৰণ। বিগত কিছুদিন ধৰি ফাউণ্ডেচনটোৰ মুখ্য তথা শ্ৰীৰামপুৰ পৰিষদৰ পাৰিষদ স্বজল কুমাৰ সিংহই নিজ সমষ্টিৰ ভিন্ন অঞ্চলত বসবাস কৰা ৰাইজলৈ বিতৰণ কৰি আহিছে ইফতাৰৰ সামগ্রী তথা বস্ত্ৰ। একেদৰে আজি হাউৰীয়াপেট ভিচিডিচিৰ অন্তৰ্গত ১ আৰু 2 নং হাউৰীয়াপেট গাওঁৰ প্ৰায় ১,৪০০ গৰাকী দৰিদ্ৰ ইছলামবলম্বগী পৰিয়ালক চলিত ৰোমজান মাহ উপলক্ষে কিছু খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰ বিতৰণ কৰে। পাৰিষদ গৰাকীৰ এই পদক্ষেপৰ প্ৰতি স্থানীয় দৰিদ্ৰ ৰাইজে যথেষ্ট সুখী হোৱা পৰিলক্ষিত হৈছে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!