‘ৰাজেন গোহাঁইৰ এতিয়া নাতিৰ লগত খেলাৰ বয়স,

ৰাজেন গোহাঁইক চাৰিবাৰ কৈ সাংসদ বনাইছে,

এবাৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছে, ৰাজ্যিক দলৰ সভাপতি হৈছে,

ইয়াতকৈ বেছি আশা কৰাতো ভূল