অন্য এক ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ।

অন্য এক ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ।

 

বিগ ব্ৰেকিং নিউজ
গুৱাহাটী টাইমচ

অন্য এক ৰূপত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ।

প্লে’ কাৰ্ড লৈ বিধানসভালৈ আহিল হোজাইৰ বিধায়ক শিলাদিত্য দেৱ।

‘MY LORD DO NOT DISCRIMINATE YOUR OWN CHILDREN’- ন্যায়াধীশক উদ্দেশ্যি লিখি NRCক লৈ উচ্চতম ন্যায়ালয়ৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা যায়।

অসম বিধানসভাৰ পৰা হীৰক জ্যোতি শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ