অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়কে

অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়কে

অৱশেষত ক্ষমা বিচাৰিলে মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৱে । অসমৰ লোকে কুকুৰৰ মাংস খাই বুলি মহাৰাষ্ট্ৰ বিধানসভাত অপমানজনক মন্তব্য কৰিছিল বিধায়ক বাচ্চু কাডুৱে। বাচ্চু কাডুৰ এই মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী একনাথ সিন্দেই

বাচ্চু কাডুৰ এই মন্তব্যৰ পিছতে অসমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। মহাৰাষ্ট্ৰৰ বিধায়কজনৰ এনে অপমানসূচক মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ লিখিছিল পত্ৰ।

GTM Desk

Related