অসম আৰক্ষীৰ চাকৰিৰ নামত দালালি ।

অসম আৰক্ষীৰ চাকৰিৰ নামত দালালি ।

অসম আৰক্ষীৰ চাকৰিৰ নামত দালালি ।
নগাঁৱত গ্ৰেপ্তাৰ এজন যুৱক ।
ধৃত যুৱকজনৰ নাম সৌৰভ গাৰ্গ ।
আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত সংগ্ৰহ কৰিছিল ধন ।
নগাঁৱৰ ইটাচালি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ।
ধৃত যুৱকজনৰ ঘৰ আমোলাপট্টিত ।
সন্দীপন হাজৰিকা নামৰ এগৰাকী যুৱকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.