আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস লগত সংগতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে নাৰ্কটিক কন্ট্ৰল ব্যুৰ’

1 min read

আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস লগত সংগতি ৰাখি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে নাৰ্কটিক কন্ট্ৰল ব্যুৰ’ , গুৱাহাটী মহানগৰ আৰক্ষী আৰু অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ সহযোগত বুধবাৰে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰস্হিত শংকৰদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এখনি আলোচনাচক্ৰ অনুষ্ঠিত হয়।
অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ সমাজৰ কল্যাণ বিভাগৰ মন্ত্রী প্ৰমিলা ৰাণী ব্ৰহ্ম । লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়া ,আৰক্ষী আয়ুক্ত দীপক কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

Staff report, Guwahati Times Media.

You May Also Like

More From Author