এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷Bokoliyaghat People supports Bandh !

1 min read

কেন্দ্ৰীয় আৰু অসম চৰকাৰে অসমৰ জনসাধাৰণৰ জনমতক প্ৰত্যাখান কৰি বলপূৰ্বক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী-২০১৬ বিধেয়কখন জাপি দিব বিচৰা কাৰ্যৰ বিৰোদ্ধে প্ৰতিবাদ কৰি আছুকে ধৰি ৩০টা সংগঠনে যৌথভাৱে আহ্বান জনোৱা অসম বন্ধ বকলীয়াঘাটত সৰ্বাত্মকৰূপত দেখিবলৈ পোৱা গল ৷ এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷ ৰাতিপুৱাৰ পৰা দোকান-পোহাৰ সমূহ বন্ধ দেখিবলৈ পোৱা যায় ৷ অৱশ্য আজি বকলীয়াঘাটত নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাত ভোট কেন্দ্ৰ সমুহত ৰাইজৰ কিছু ভিৰ হোৱা পৰিলক্ষিত হয় ৷

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author