এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷Bokoliyaghat People supports Bandh !

এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷Bokoliyaghat People supports Bandh !

কেন্দ্ৰীয় আৰু অসম চৰকাৰে অসমৰ জনসাধাৰণৰ জনমতক প্ৰত্যাখান কৰি বলপূৰ্বক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী-২০১৬ বিধেয়কখন জাপি দিব বিচৰা কাৰ্যৰ বিৰোদ্ধে প্ৰতিবাদ কৰি আছুকে ধৰি ৩০টা সংগঠনে যৌথভাৱে আহ্বান জনোৱা অসম বন্ধ বকলীয়াঘাটত সৰ্বাত্মকৰূপত দেখিবলৈ পোৱা গল ৷ এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷ ৰাতিপুৱাৰ পৰা দোকান-পোহাৰ সমূহ বন্ধ দেখিবলৈ পোৱা যায় ৷ অৱশ্য আজি বকলীয়াঘাটত নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাত ভোট কেন্দ্ৰ সমুহত ৰাইজৰ কিছু ভিৰ হোৱা পৰিলক্ষিত হয় ৷

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.