কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱাৰে পৰা উখল মাখল

কৃষ্ণচূড়া নগৰী গুৱাহাটী বিশ্ববিদ্যালয়ত পুৱাৰে পৰা উখল মাখল।
মুঠ ১৫ টা পদৰ ১১টা পদৰ বাবে অনুষ্ঠিত
ভোট যুদ্ধত প্ৰতিদ্বন্দিতা কৰে ২৯গৰাকী প্ৰাৰ্থীয়ে।
কাইলৈ ঘোষণা কৰা হব গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সঞ্চয় হাজৰিকাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।