কেনেকোৱা পৰিস্থিতিত পৰি এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া সন্তানক লৈ নদীত জাপ দি আত্মহত্যা কৰিব পাৰে ?

কেনেকোৱা পৰিস্থিতিত পৰি এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া সন্তানক লৈ নদীত জাপ দি আত্মহত্যা কৰিব পাৰে ?

কেনেকোৱা পৰিস্থিতিত পৰি এগৰাকী মাতৃয়ে নিজৰ ৫ বছৰীয়া সন্তানক লৈ নদীত জাপ দি আত্মহত্যা কৰিব পাৰে ?  এনে এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গল কামপুৰৰ পটিয়াপাম অঞ্চল । অৱশ্যে, স্থানীয় এজন লোকে জীৱন্ত অৱস্থাত উদ্ধাৰ কৰে মাতৃ দিপীকা বৰাক ।  এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই পুত্ৰ হিমাংশু বৰা ।  হিমাংশু বৰা ন-দেউৰী গাঁও শংকৰদেৱ বিদ্যা নিকেতনৰ মুকুল শ্ৰেণীৰ ছাত্ৰ  ঘটনাস্থলীত অাৰক্ষী উপস্থিত হৈ তদন্ত অাৰম্ভ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.