গহপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ১০ ঘন্টীয়া অনশন

1 min read

গহপুৰত আন্ত:ৰাজ্যিক পাৰপত্ৰ আৰু দ্বি-নাগৰিকত্ব প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ ১০ ঘন্টীয়া অনশন কাৰ্যসূচী । গহপুৰ নগৰত শতাধিক সদস্যই পুৱা ৮ বজাৰ পৰা এই অনশন কাৰ্যসূচীত অংশগ্ৰহন কৰিছে।

উল্লেখযোগ্য যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্তঃৰাজ্যিক পাৰপত্ৰৰ দাবী বিভিন্ন সময়ত উত্থাপন কৰি আহিছে ।

Madhav Sarma report, Gohpur.

You May Also Like

More From Author