গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে | Md Elias Ali November 14, 2018 Top News গহপুৰ সমষ্টিৰ পূৱ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৭খন গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বৰ পদৰ বাবে আজি বিজেপিৰ ১৭০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। বহু সংখ্যক সমৰ্থকে শ্লোগান বিজেপিৰ সমৰ্থনত দিয়ে। গহপুৰত সমষ্টিৰ বিধায়ক উৎপল বৰা আৰু পৰ্যবেক্ষক অমিয় কুমাৰ ভূঞা উপস্থিত থাকে। Share this: Share on Facebook (Opens in new window) Facebook Share on X (Opens in new window) X More Share on WhatsApp (Opens in new window) WhatsApp Email a link to a friend (Opens in new window) Email Share on LinkedIn (Opens in new window) LinkedIn Share on Telegram (Opens in new window) Telegram