Advertisement

টীয়কত পথ দূৰ্ঘটনা এজনৰ মৃত্য…

টীয়কত পথ দূৰ্ঘটনা এজনৰ মৃত্য…

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দূৰ্ঘটনা।

এখন মালবাহী মেজিকে এজন চাইকেল আৰোহীক মহতিয়াই নিয়াত সংঘটিত হয় এই দূৰ্ঘটনা ।

নিহত ব্যক্তি জনৰ নাম গোবিন শইকীয়া।

মৃত গোবিন শইকীয়া ঘৰ মূদৈজান ভৰলোৱাত।

গাড়ীখন ইতিমধ্যে টীয়ক আৰক্ষীয়ে কাকজানত আটক কৰিছে ।

টীয়কৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপৰ্ট

Shahnawaz Hamza