দীঘলীপুখুৰী পাৰৰ পৰা জোৰ লৈ সমদল ৭০ সংগঠনৰ।

দীঘলীপুখুৰী পাৰৰ পৰা জোৰ লৈ সমদল ৭০ সংগঠনৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ৭০ টা জাতীয় সংগঠনৰ সহযোগত ,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি ৰূপায়ন কৰা হয় ‌জোৰ সমদলৰ।
গুৱাহাটী মহানগৰীতো , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ কৰা হয় এই কাৰ্য্যসূচী।

গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

 

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam