Advertisement

নগাঁও জিলাৰ জুৰীয়াৰ সমাজকৰ্মী তথা ধৰ্ম প্ৰাণ ব্যক্তি বিভু খাটনীয়াৰ পৰলোকপ্ৰাপ্তি ঘটে।

নগাঁও জিলাৰ জুৰীয়াৰ সমাজকৰ্মী তথা ধৰ্ম প্ৰাণ ব্যক্তি  বিভু খাটনীয়াৰ পৰলোকপ্ৰাপ্তি ঘটে।

জুৰীয়া নাম ধৰ্ম সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক ও থিয়টাঙনী নামঘৰৰ প্ৰাক্তন সম্পাদক তথা জুৰীয়া থিয়টাঙনী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বিভু খাটনিয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ সমাজকৰ্মী খাটনিয়াৰ দেৱ এজন সু অভিনেতা হিচাপেও ৰাইজৰ মাজত জনপ্ৰিয় আছিল ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ৷
তেওঁৰ মৃত্যুত জুৰীয়া নামধৰ্ম সমাজ , থিয়টাঙনী গাওঁৰ নামঘৰ পৰিচালনা সমিটি আৰু ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

Ali