নগাঁৱত কবিতাৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা । Md Elias Ali January 12, 2019 Top News প্ৰতিবাদৰ ভাষাও হ’ব পাৰে কবিতা । নগাঁৱৰ এদল কাব্যপ্ৰেমীয়ে শনিবাৰে কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । নগাঁৱৰ শ্বহীদ ভৱনত সমবেত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা , ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাক প্ৰতীকী ৰূপত উপস্থাপন কৰি ৰাজপথত কবিতা পাঠ কৰি অসম বচোৱাৰ আহ্বান জনালে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’লে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক নবীন-প্ৰবীন কবিয়ে । Share this: Click to share on Facebook (Opens in new window) Facebook Click to share on X (Opens in new window) X More Click to share on WhatsApp (Opens in new window) WhatsApp Click to email a link to a friend (Opens in new window) Email Click to share on LinkedIn (Opens in new window) LinkedIn Click to share on Telegram (Opens in new window) Telegram