নগাঁৱত কবিতাৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ।

নগাঁৱত কবিতাৰে প্ৰতিবাদ । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা ।


প্ৰতিবাদৰ ভাষাও হ’ব পাৰে কবিতা । নগাঁৱৰ এদল কাব্যপ্ৰেমীয়ে শনিবাৰে কবিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে । নগাঁৱৰ শ্বহীদ ভৱনত সমবেত হৈ জ্যোতিপ্ৰসাদ আগৰৱালা , ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাক প্ৰতীকী ৰূপত উপস্থাপন কৰি ৰাজপথত কবিতা পাঠ কৰি অসম বচোৱাৰ আহ্বান জনালে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে । এই ব্যতিক্ৰমী প্ৰতিবাদী কাৰ্যসূচীত অংশ ল’লে নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক নবীন-প্ৰবীন কবিয়ে ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.