নগাঁৱত দুদিনীয়া KARATE প্ৰশিক্ষণ শিবিৰ ।

1 min read

নগাঁৱত অনুষ্ঠিত হৈ থকা দুদিনীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে । নগাঁও জিলা কাৰাটে এচ’ছিয়েশ্বনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শিবিৰটোত দুকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহন কৰি বিভিন্ন কৌশল আয়ত্ত কৰে । উল্লেখ্য যে নগাঁৱৰ বাণিজ্য মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ শিবিৰটোত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল ৰাজকুমাৰ বৰা আৰু পূজা ৰাণী বৰা ।

Adil Shah Alam report, Nagaon.

You May Also Like

More From Author