নগাঁৱত IPL জুৱাৰ বুকীক গ্ৰেপ্তাৰ ।

1 min read

নগাঁৱত IPL জুৱাৰ বুকীক গ্ৰেপ্তাৰ ।
ধৃত বুকীটোৰ নাম বিজু ঘোষ ।
১ লাখ ২৪ হাজাৰ টকাও জব্দ ।
হয়বৰগাঁৱৰ শান্তিপুৰৰ জনৈক সূত্ৰধৰৰ ঘৰত অভিযান চলাই নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুকীটোক ।
দুজনকৈ লোকৰ পলায়ন ।
DSP মানস শইকীয়াৰ নেতৃত্বত চলিছিল এই অভিযান ।

You May Also Like

More From Author