নগাঁৱৰ জাজৰিত পথ দূঘটনা।

1 min read

নগাঁৱৰ জাজৰিত পথ দূঘটনা।

জানিব পৰা মতে জাজৰি বগৰিগুৰী পৰা আহিছিল গাড়ী খন।
এখন ব‌্যৱসায়ী দোকানত খুন্দা মৰে AS-12V-3704 নম্বৰৰ বাহন খনে।
খুন্দা মৰাৰ ফলতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয়।
জানিৱ পৰা মতে আহত সকলক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam

You May Also Like

More From Author