AGP Election Candidates seen dancing Bihu and meeting people of their area : new technique for vote.

AGP Election Candidates seen dancing Bihu and meeting people of their area : new technique for vote.

নগাঁৱত অগপৰ প্ৰাৰ্থীয়ে ভোটাৰৰ ভৰিত ধৰি – বিহু মাৰি চলাইছে নিৰ্বাচনী প্ৰচাৰ ।

পঞ্চায়ত নিৰ্বাচন সমাগত । এই গ্ৰাম্য নিৰ্বাচনটোত জয়লাভ কৰিবলৈ ভিন ভিন ৰাজনৈতিক দলে প্ৰস্তুত কৰিছে সুকীয়া ৰণনীতি । ভোটাৰৰ মন আকৃষ্ট কৰিবলৈ বিভিন্নজনে আশ্ৰয় লৈছে বিভিন্ন পন্থাৰ । নগাঁৱৰ ডাকৰঘাট পঞ্চায়তৰ অগপৰ প্ৰাৰ্থীসকলে ভোটাৰৰ মন জয় কৰিবলৈ গ্ৰহণ কৰিছে অভিনৱ কৌশল । ভোটাৰৰ চোতালত বিহু মাৰি , জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টাত ব্ৰতী হৈছে এইসকল প্ৰাৰ্থী । কিন্তু এইসকল প্ৰাৰ্থীৰ এই ব্যতিক্ৰমী চিন্তাই ভোট গণনাৰ দিনা কি ফল প্ৰদান কৰে সেয়া সময়তহে লক্ষণীয় হ’ব ।

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.