নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰূপহী আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত জোঁৰ সমদল ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰূপহী আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত জোঁৰ সমদল ।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা শিলাদিত্যৰ দৰে নেতাক কৰায়ত্ব কৰা দাবীত এই জোঁৰ সমদল । সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮ টা জাতি – জনগোষ্ঠীয় সংগঠনৰ আহ্বানত হাতে হাতে জোঁৰলৈ চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে সমদলকাৰীয়ে উত্তাল কৰি তোলে ৰূপহীহাটৰ ৰাজপথ ।

জুৰীয়াৰ পৰা পদুম ভূঞা ৷

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.