নিৰ্বাচনৰ সময়ত বিটিচিৰ আইন-শৃংখলা অটুট ৰখাৰ উদ্দেশ্যে ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

1 min read
  • কোকৰাঝাৰত ডিজিপি ভাস্কৰজ্যোতি মহন্ত ।
  • কোকৰাঝাৰ আবৰ্ত ভৱনত উচ্চপদস্থ বিষয়াৰে বৈঠক ।
  • বিটিচি নিৰ্বাচনৰ আইন -শৃংখলাজনিত পৰিৱেশ সন্দৰ্ভত আলোচনা।
  • ভাস্কৰজ্যোতি মহন্তৰ সঁকিয়নি ।
  • হিংসাত্মক ঘটনা সংঘটিত কৰিলে ভয়ংকৰ পৰিণতিৰ সন্মুখীন হব লাগিব ।
  • ৩০ কোম্পানী নিৰাপত্তাৰক্ষী মজুত আছে ।
  • বিটিচিৰ নিৰ্বাচনত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ইতিহাস আছে ।
  • সেয়েহে আৰক্ষী প্ৰশাসন আগতীয়াকৈ সাজু হৈছে ।
  • হিংসাত্মক ঘটনা সংঘটিত কৰিম বুলি যদি ভাৱিছে তেনেহলে সেয়া মনৰ পৰাৰ পৰিত্যাগ কৰক ।
  • হিংসাত্মক ঘটনাৰ পৰিণতি ভয়ংকৰ হব ,কোনোপধ্যেই ৰেহাই দিয়া নহ’ব ।
  • মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম আৰক্ষী দায়বদ্ধ ।
  • ভোটাৰে নিৰ্ভয়ে ভোটদান কৰিব পাৰিব ।
  • বিটিচিৰ অধিকাংশ ভোটকেন্দ্ৰেই স্পৰ্শকাতৰ আৰু অধিক স্পৰ্শকাতৰ ।
  • অসম আৰক্ষীক সহযোগ কৰাৰ আহ্বান ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ।

You May Also Like

More From Author