Advertisement

পল্লৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ আদালতৰ

পল্লৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ আদালতৰ

বিগ ব্ৰেকিং নিউজ কেবল মাত্ৰ গুৱাহাটী টাইমছৰ হাতত

পল্লৱী শৰ্মাৰ জামিন আবেদন মঞ্জুৰ আদালতৰ

সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাৰ দুসপ্তাহৰ বাবে জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ অলফাজ আলীৰ আদালতে। সাংসদ পিতৃ আৰ পি শৰ্মাৰ অসুস্থতাৰ বাবেই পল্লৱী শৰ্মাৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উল্লেখ যে, পিতৃ আৰ পি শৰ্মাৰ কলকাতাত বৃক্ক সংৰোপণৰ পাছতে তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। উৎকোচ দি এ পি এচ চিৰ চাকৰি লাভ কৰাৰ অভিযোগত অভিযুক্ত ৰাজপত্ৰিত পল্লৱী শৰ্মা কেইবাদিনো ধৰি অসম আৰক্ষীৰ জিম্মাত আছে।