বিয়াত বহিব অভিনেত্ৰী বৰষা !

বিয়াত বহিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া! আয়তীৰ উৰুলিৰে মুখৰিত হ’ব ৰভাতলী। ২২ ফেব্ৰুৱাৰীত অভিনেত্ৰীগৰাকীৰ বিয়া বুলি জানিব পৰা গৈছে। পিছে এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ ঘৰৰ পৰিয়ালৰ ফালৰ একো আনুষ্ঠানিক ঘোষণা কৰা নাই।জানিব পৰা মতে, দৰা যোৰহাটৰ, নাম ভাস্কৰ বৰুৱা । পেছাত এজন শিক্ষক। অভিনেত্ৰী গৰাকীৰ পূৰ্বৰ স্বামী মৃত্যুমুখত পৰিছিল। পিছে এই বিয়াত পূৰ্বৰ স্বামীৰ পৰিয়ালেও সমৰ্থন আগবঢ়াইছে।

Shahnawaz Hamza