মহানগৰীত NESOৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী।

মহানগৰীত NESOৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী।

 

“কোনো মূল্যৰ বিনিময়ত উত্তৰ-পূবে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি ল’ব নোৱাৰে” এই মন্তব্য NESO ৰ সাধাৰণ সম্পাদক চিনাম সিনহাৰ।নাগৰিকত্ব সংশোধনী বিধেয়ক অকল অসমৰ সমস্যা নহয়, এয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা।উত্তৰ-পূব বাংলাদেশীৰ ডাম্পিং গ্ৰাউণ্ড নহয় বুলিও মন্তব্য সিনহাৰ। বিধেয়কখন গৃহীত হ’লে হেৰুৱাব লাগিব সাংস্কৃতিক-সামাজিক স্বীকৃতি। কেন্দ্ৰক ঐক্যৱদ্ধ উত্তৰ-পূবৰ শক্তি কিমান দেখুৱাই দিম বুলিও হুংকাৰ NESOৰ। গুৱাহাটী ক্লাবত ৮ ছাত্ৰ সংগঠনে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদী কণ্ঠৰে কপাঁই তুলিলে মহানগৰীৰ আকাশ বতাহ।

ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.