যুৱ কংগ্ৰেছে বেবেজীয়া ডিমৈৰ পৰা বিশাল শোভাযাত্ৰাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়লৈ আদৰি আনে নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ৷

1 min read

https://youtu.be/N-YPPAglBZs
নগাঁৱত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক দুৰ্লভ চমুৱাক লগতলৈ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ ৰণচালি ৷ যুৱ কংগ্ৰেছে বেবেজীয়া ডিমৈৰ পৰা বিশাল শোভাযাত্ৰাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়লৈ আদৰি আনে নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ৷ ইয়াৰ পিছতে কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে কয়…

বিজেপি-আৰএচএচে সমাজখনক উঁয়ে খোৱাদি খুলি খুলি খাইছে ৷
১৯৯৯ চনৰ পিছত এইবাৰ নগাঁও লোকসভা সমষ্টি কংগ্ৰেছে দখল কৰিব ।
আজি নগাঁও ৰাইজৰ স্বতস্ফূৰ্ত সঁহাৰিয়ে এই কথাৰেই ইংগিত বহন কৰিছে ।
বিজেপিক কঠোৰ সমালোচনা ।
বিজেপিৰ মিথ্যাচাৰ বিৰুদ্ধে কংগ্ৰেছে থিয় দিব ।
অসমীয়াত্বৰ পৰিচয় নিশেষ কৰিবলৈ RSS আৰু বিজেপিয়ে ষড়যন্ত্ৰ কৰিছে ।

নগাঁৱৰ পৰা আদিল শ্বাহ।

You May Also Like

More From Author