শ্বহীদ সুনীল কলিতাৰ পত্নীৰ বিষয়ে অশ্লীল কমেন্ট কৰি কাশ্মীৰত কামৰূপ আৰক্ষীৰ জালত পৰিল শ্বাহীল আব্বাছ।

শ্বহীদ সুনীল কলিতাৰ পত্নীৰ বিষয়ে অশ্লীল কমেন্ট কৰি কাশ্মীৰত কামৰূপ আৰক্ষীৰ জালত পৰিল শ্বাহীল আব্বাছ।

অপৰাধীটোক ইতিমধ্যে গুৱাহাটীলৈ লৈ অহা হৈছে।
বিমানবন্দৰত তদন্তকাৰী বিযষয়াই কয় যে CRPF সেনাৰ সহযোগতহে শ্বাহীলক আনিবলৈ সক্ষম হৈছে।

Md Elias Ali

I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam