সোণাখুলিৰ দহেলাপাৰাত বিষুৱা উৎসৱ উদযাপন।

সোণাখুলিৰ দহেলাপাৰাত বিষুৱা উৎসৱ উদযাপন।

সোণাখুলিৰ দহেলাপাৰাত বিষুৱা উৎসৱ উদযাপন।

আজি এদিনীয়াকৈ দিনযোৰা কাৰ্যসূচীৰে পালন বিষুৱা উৎসৱ।

বহাগ বিহুৰ সমান্তৰালকৈ কোচ ৰাজবংশী সমাজে পালন কৰে বিষুৱা উৎসৱ।

পতাকা উত্তোলন, চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পনকে ধৰি নাম প্ৰসংগৰে উৎযাপন কৰা অনুষ্ঠানটো দুপৰীয়াৰ পৰা প্ৰদৰ্শন হয় বিহু, হুদুম, কাৰ্তিকা, গোৱালীনী ইত্যাদি।

আবেলি এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে এই অনুষ্ঠানত গীত পৰিৱেশন কৰিব কন্ঠশিল্পী অসীমা মেধীয়ে

Shahnawaz Hamza